কোকৰাঝাৰত গোৰ্খা সমাজৰ দুৰ্গা পূজা আৰম্ভ

By

Published : Sep 26, 2022, 2:27 PM IST

thumbnail

কোকৰাঝাৰ চহৰৰ নিকৰ্টৱৰ্তী হৰিণাগুৰীত এক ব্যাতিক্ৰমী দুৰ্গা পূজা(Exceptional Durga Puja in Kokrajhar) ৷ প্ৰকৃতিৰ বিনন্দীয়া পৰিবেশ চৌদিশ শুৱনি কৰা হৰিণাগুৰি গাঁৱত সোমবাৰৰ পৰা আৰম্ভ হৈছে গোৰ্খা সমাজৰ পৰম্পৰাগত নদিনীয়াকৈ দূৰ্গা পূজা ৷ হৰিণাগুৰীত গোৰ্খা সমাজৰ উদ্যোগত উদযাপন হৈছে এই দূৰ্গা পূজা ৷ হৰিণাগুৰী সাৰ্বজনীন শ্ৰী শ্ৰী  দূৰ্গা পূজাৰ স্বৰ্ণ জয়ন্তী উপলক্ষে সোমবাৰে উলিওৱা হয় কলহ লৈ এক বৰ্ণিল শোভাযাত্ৰা ৷ দুৰ্গা পূজাৰ ঘট স্থাপনৰ বাবে  উলিওৱা এই কলহ শোভাযাত্ৰা ৷ পতাকা জোকাৰি কলহ শোভাযাত্ৰা শুভাৰম্ভ কৰে অসম গোৰ্খা সন্মিলণৰ সাধাৰণ  সম্পাদক বিকাশ সুবেদীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.