কলিয়াবৰত আৰক্ষীৰ মহানুভৱতা

By

Published : Oct 1, 2022, 8:19 AM IST

thumbnail

খাকী পোছাকধাৰীৰ ভিন্ন ৰূপ আপুনি দেখিছে । ক'ৰবাত যদি আৰক্ষীক কঠোৰ হোৱা দেখা গৈছে, আকৌ ক'ৰবাত দেখা গৈছে মহানুভৱতা । শেহতীয়াকৈ কলিয়াবৰত দেখা গৈছে আৰক্ষীৰ অন্য এটা ৰূপ ৷ এগৰাকী অসুস্থ বৃদ্ধক কৰ্তব্যৰত আৰক্ষীয়ে বিচনীৰে বিচি শুশ্রূষা কৰাৰ দৃশ্যই আপ্লুত কৰিছে সকলোকে । উল্লেখ্য, কলিয়াবৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত (Health minister Keshab Mahanta at Kaliabor) থকা ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ মুকলি অনুষ্ঠানত অংশ ল'বলৈ আহি অসুস্থ হৈ পৰিছিল বৃদ্ধগৰাকী । অসুস্থ হৈ পৰা বৃদ্ধগৰাকীক আশাকৰ্মীৰ সহযোগত সুস্থ কৰিবলৈ ব্যস্ত হৈ পৰে দুগৰাকী আৰক্ষী জোৱান (Generosity of Kaliabor police) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.