FIR against Badruddin Ajmal: বদৰুদ্দিন আজমলৰ বিৰুদ্ধে বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ গোচৰ

By

Published : Jul 8, 2022, 10:22 PM IST

thumbnail

‘‘বৰ্তমান মানসিক ৰোগত ভুগিছে বদৰুদ্দিন আজমল ৷ মানসিক চিকিৎসালয়ত ভৰ্তি কৰাব লাগে তেওঁক’’ ৷ মৌলানা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে শুকুৰবাৰে কৰিমগঞ্জ সদৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰি এই মন্তব্য কৰে উত্তৰ কৰিমগঞ্জৰ কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই(FIR filed against Badruddin Ajmal) ৷ উল্লেখ্য যে, কেইদিনমান পূৰ্বে মৌলানা বদৰুদ্দিন আজমলে বিধায়ক কমলাক্ষ দে পুৰকায়স্থই গো মাংস খোৱা বুলি এক অভিযোগ উত্থাপন কৰিছিল (Badruddin Ajmal alleged that Kamalakhya Dey Purkayastha ate beef) ৷ যাৰ বিৰুদ্ধে বিধায়ক কমলাক্ষ দে পুৰকায়স্থই কৰিমগঞ্জ সদৰ আৰক্ষী থানাত আজমলৰ বিৰুদ্ধে দাখিল কৰে এক গোচৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.