প্ৰতিকূল বতৰে বিধি পথালি দিছে ধেমাজিৰ মৃৎশিল্পীক

By

Published : Sep 25, 2022, 2:26 PM IST

thumbnail

শাৰদীয় দুৰ্গোৎসৱলৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত দিনে নিশাই ব্যস্ত হৈ পৰিছে মৃৎ শিল্পীসকল(Pottery artists are busy making clay idols) ৷ ধেমাজি নগৰৰ একমাত্ৰ প্ৰতিমা নিৰ্মাতা প্ৰতিষ্ঠান নটৰাজ শিল্পালয়তো এইবেলি ১৩খন পূজাৰ বাবে সাজু কৰি তুলিছে প্ৰতিমাসমূহ ৷ পিছে শেহতীয়াকৈ প্ৰতিকূল বতৰে বিপাঙত পেলাইছে মৃৎ শিল্পীসকলক(Pottery artists in troubled for inclement weather) ৷ কাৰন পুজালৈ কেইটিমান দিন থকা অৱস্থাত বৰষুনৰ বাবে প্ৰতিমাসমূহ ৰ’দত শুকুৱাই পূৰ্ণাংগ ৰূপ দিব পৰা নাই শিল্পীসকলে ৷ সেয়ে অতিশয় চিন্তিত হৈ পৰা মৃৎশিল্পীসকলে কৃত্ৰিম তাপৰ জৰিয়তে দিনে নিশাই ১২/১৩ গৰাকী শিল্পীয়ে মিলি প্ৰতিমাসমূহ তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে(Durga Puja preparation) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.