বকোৰ আগছিয়াত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

By

Published : Sep 12, 2022, 1:34 PM IST

thumbnail

বকোৰ আগছিয়াত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ(Drugs dealer arrest in Boko) । বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ফনীন্দ্ৰ কুমাৰ নাথৰ নেতৃত্বত চলিছিল এই অভিযান । HUNDAI i10 বাহনেৰে ধুপধৰালৈ সৰবৰাহ কৰাৰ সময়ত আৰক্ষীয়ে জব্দ কৰে হেৰ'ইনখিনি(Heroin Seized in Boko) । সৰবৰাহকাৰীৰ পৰা জব্দ কৰা হয় 39.15 গ্ৰাম হেৰ'ইন । সৰবৰাহকাৰী বাহাৰ আলী আৰু HUNDAI i10ৰ চালক ছফিকুল ইছলামক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে(Drug Smuggler Arrested) । বাহাৰ আলীৰ ঘৰ বকোৰ আৰীকাটিত । জব্দ কৰা হেৰ'ইনৰ মূল্য প্ৰায় 1 লাখ টকা । সৰবৰাহ কৰা HUNDAI i 10খনৰ নম্বৰ AS01 EL 0940

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.