পথ বন্ধ: বদ্ৰীনাথ-কেদাৰনাথ ভ্ৰমণত বতৰৰ ব্যাঘাত

By

Published : May 17, 2022, 10:05 PM IST

thumbnail

বিশ্ববিখ্যাত কেদাৰনাথ ধাম ভ্ৰমণত এতিয়া বতৰে ব্যাঘাত জন্মোৱা আৰম্ভ কৰিছে। গৌৰীকুণ্ডৰ ওচৰত কেদাৰনাথ যাত্ৰাৰ পথচোৱা ইতিমধ্যে চিগি গৈছে । ইয়াৰ বাবে, যাত্ৰীসকলে আগবঢ়াত অসুবিধাৰ সৃষ্টি হৈছে । আনহাতে, পঞ্চপুলিয়াৰ ওচৰৰ পাহাৰৰ পৰা শিল পৰি যোৱাৰ ফলত বদ্ৰীনাথ ঘাইপথো বন্ধ হৈ গৈছে। ৰাজপথ বন্ধ হোৱাৰ বাবে বদ্ৰীনাথ যাত্ৰা এতিয়া বন্ধ হৈ পৰিছে (Badrinath road blocked) ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.