অসমীয়াৰ এবিধ পৰম্পৰাগত খাদ্য আমৰলি পৰুৱাৰ টোপ

By

Published : Aug 2, 2021, 1:59 PM IST

thumbnail

গৰু বিহুৰ এই পৰম্পৰাগত খাদ্যৰ ভিতৰত অন্যতম আমৰলি পৰুৱা ৷ ইয়াৰ টোপ উচ্চ প্ৰ’টিনযুক্ত ৷ জনবিশ্বাস অনুসৰি গৰু বিহুৰ দিনা এই আমৰলি পৰুৱাৰ টোপ খালে বছৰটোলৈ মানুহ নিৰোগী হৈ সু-স্বাস্থ্যৰ গৰাকী হ’ব পাৰে ৷ বিভিন্ন বেমাৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা লাভ কৰে ৷ সেয়ে অশেষ কষ্ট কৰি গছত উঠি আমৰলি পৰুৱাৰ কামোৰ খাই অশেষ বিষ সহ্য কৰিও এয়া সংগ্ৰহ কৰা হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.