মুখ্যমন্ত্ৰী আৰু সদ্ গুৰুৱে কোনো আইন উলংঘা কৰা নাই : এম কে যাদৱ

By

Published : Sep 26, 2022, 4:42 PM IST

thumbnail

অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park open for tourist in October) ৷ কাজিৰঙাৰ চিন্তন বৈঠকত উপস্থিত হৈ সাংবাদিকৰ আগত এই মন্তব্য কৰে কৰে ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱে ৷ ইপিনে, নিশাৰ ভাগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুখ্যমন্ত্ৰী আৰু সদগুৰু প্ৰৱেশ কৰা সন্দৰ্ভত অৱশেষত স্পষ্ট কৰে ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱে (Chief Wildelife Warden MK Yadav) । মুখ্যমন্ত্ৰী আৰু সদ গুৰুৱে কোনো আইন উলংঘা কৰা নাই বুলিও তেওঁ উল্লেখ কৰে ৷ আনহাতে, বনবিভাগে আমন্ত্ৰণ কৰাৰ বাবেহে সদ গুৰুকে ধৰি বহু কেইজন দেশৰ শীৰ্ষ বিষয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ আহিছিল বুলি তেওঁ মন্তব্য কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.