HSLC Exam result 2022: মাজুলীলৈ গৌৰৱ কঢ়িয়ালে অনুৰাগে

By

Published : Jun 7, 2022, 12:54 PM IST

Updated : Jun 8, 2022, 9:01 AM IST

thumbnail

মাজুলীত আনন্দৰ বন্যা ৷ ঢোল-পেঁপাৰ মাত ৰজনজনাইছে মাজুলীৰ আকাশ-বতাহ ৷ আজি ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫৮৮ নম্বৰেৰে দশম স্থান লাভ কৰিবলৈ সক্ষম হৈছে মাজুলীৰ অনুৰাগ বৰাই (Anurag Bora secure 10st rank in HSLC Exam) ৷ অমৃত বৰা আৰু ৰশ্মিৰেখা বৰাৰ প্ৰথম সন্তান অনুৰাগৰ এই সফলতাত আজি উৎফুল্লিত হৈ পৰিছে ঘৰখনৰ লগতে অঞ্চলবাসী ।

Last Updated : Jun 8, 2022, 9:01 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.