NHPC প্ৰকল্পৰ ২ নং টানেলৰ ওপৰেৰে হুৰহুৰাই বাগৰিছে পানী

By

Published : Sep 25, 2022, 9:35 PM IST

thumbnail

পুনৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই সৃষ্টি কৰিছে আতংক (Lower Subansiri hydropower project) ৷ শনিবাৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ২ নং টানেলৰ ওপৰৰ এটা বৃহৎ অংশ ভাঙি পৰে (Landslide at Subansiri hydroelectric project site) ৷ ভাঙি পৰা সেই অংশৰে বৰ্তমান হোৰা-হোৰে বৈছে পানী ৷ আতংকিত এতিয়া বিশেষকৈ ধেমাজি, মাজুলী আৰু লখিমপুৰবাসী ৰাইজ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.