তেজপুৰত যাত্ৰীবাহী বাছৰে সংঘৰ্ষ চিলিণ্ডাৰ কঢ়িওৱা বাহনৰ

By

Published : Sep 10, 2022, 1:04 PM IST

thumbnail

তেজপুৰৰ ঘোঁৰামাৰিত শনিবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা(Tezpur Road accident) ৷ তেজপুৰৰ পৰা লখিমপুৰ অভিমুখী AS 12 AC 9827 নম্বৰৰ এখন আলট্ৰা বাছৰ চিলিণ্ডাৰ কঢ়িয়াই নিয়া বাহন এখনৰ লগত মুখামুখি সংঘৰ্ষ হয়(Bus accident at Tezpur) ৷ এই ঘটনাত দুয়োখন বাহনৰ প্ৰায় 8 জন যাত্ৰী গুৰুতৰভাৱে আহত হয় । আহত যাত্ৰীসকলক ততাতৈয়াকৈ তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত(Kanaklata Civil Hospital) ভৰ্তি কৰা হয় যদিও পৰৱৰ্তী সময়ত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ স্থানান্তৰিত কৰা হয় । ঘটনাৰ তথ্য লাভ কৰাৰ পাছতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহনকেইখন জব্দ কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.