যোৰহাটত উপস্থিত Super Dancer Chapter 4 ৰ বিজয়ী ফ্ল‘ৰিনা গগৈ

By

Published : Oct 13, 2021, 2:20 PM IST

thumbnail

যোৰহাটত উপস্থিত Super Dancer Chapter 4 ৰ বিজয়ী ফ্ল’ৰিনা গগৈ । Super Dancer Chapter 4 ত প্ৰথম স্থান লাভ কৰি যোৰহাট তথা অসমলৈ গৌৰৱ কঢিয়াই অনা ফ্ল’ৰিনা গগৈ বুধবাৰে উপস্থিত হয় গৃহ চহৰত । যোৰহাটৰ বৰুৱা চাৰিআলিত যোৰহটীয়া ৰাইজে সম্বৰ্ধনা জনাই ফ্ল’ৰিনাক ৷ তাৰ পাচতেই যোৰহাটৰ পৰা মৰিয়নীলৈ এক বিশাল ৰেলী বাহিৰ কৰে ফ্ল’ৰিনা গগৈ ফেন ক্লাবে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.