Trafic rules violation in Doomdooma : জৰিমনা বিহিলে একাধিক নিয়ম ভংগকাৰীয়ে

By

Published : Dec 2, 2021, 9:41 AM IST

thumbnail

1 ডিচেম্বৰৰ পৰা ৰাজ্যত হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰিছে ৰাজ্য চৰকাৰে (wearing helmet is must from 1st december in state) ৷ মটৰ চাইকেলৰ চালকৰ লগতে আৰোহীয়েও পিন্ধিব লাগিব হেলমেট ৷ ডুমডুমা আৰক্ষী সষ্টম হৈ পৰিছে এইক্ষেত্ৰত (doomdooma police strictly monitoring the guideline) ৷ চহৰখনৰ মাজমজিয়াত ডুমডুমা থানাৰ বিষয়া অসীম বৰাৰ নেতৃত্বত বুধবাৰে আৰক্ষীৰ এটা দলে চলোৱা অভিযানত হেলমেট পৰিধান নকৰা মটৰ চাইকেল চালক আৰু আৰোহীৰ বিৰুদ্ধে কঠোৰ হোৱা পৰিলক্ষিত হয়(Trafic rules violation in Doomdooma) ৷ আৰক্ষীয়ে নিয়ম ভংগকাৰীক জৰিমনা বিহাৰ লগতে বহুকেইখন মটৰ চাইকেল জব্দ কৰে ৷ সমান্তৰালকৈ অ-পঞ্জীয়নকৃত 20 খনকৈ ই-ৰিক্সা জব্দ কৰে ৷ কোনো বৈধ নথি-পত্ৰ নথকাকৈ চলাই থকা ই-ৰিক্সাসমূহৰ বিৰুদ্ধে তিনিচুকীয়া পৰিবহণ বিভাগৰ কাৰ্যালয়ে আৰক্ষীৰ সৈতে যুটীয়াভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়া গৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.