ৰঙাপৰাত বনৰীয়া হাতীয়ে ভাঙিলে বাসগৃহ

By

Published : Jul 21, 2021, 12:02 PM IST

thumbnail

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ এইবাৰ বনৰীয়া হাতীয়ে ত্ৰাস চলালে ৰভাপৰাৰ 1 নং ৱাৰ্ডৰ নামনি গাঁৱত ৷ শোণিতপুৰ জিলাৰ ৰঙাপৰাত নিশাৰ ভাগত খাদ্যৰ সন্ধানত ওলাই আহিছিল তিনিটা বনৰীয়া হাতীয়ে ৷ নামনি গাঁৱৰ বহু কেইটা পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে হাতী কেইটাই ৷ যাৰ ফলত অঞ্চলটোত এক আতংকময় পৰিৱেশে বিৰাজ কৰে ৷ পৰৱৰ্তী সময়ত বহনৰীয়া হাতী কেইটা হাতীবাৰী চাহ বাগিচাৰ দিশে গুচি যায় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.