আজি বিজয় দশমী, সষ্টম শোণিতপুৰ জিলা প্ৰশাসন

By

Published : Oct 8, 2019, 2:26 PM IST

Updated : Oct 8, 2019, 6:45 PM IST

thumbnail

তেজপুৰ চহৰৰ জাহাজ ঘাটত উদুলি-মদুলি পৰিৱেশ ৷ দেৱী দুর্গা বিসৰ্জনৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷ সাজু নৌ আৰক্ষী, এছডিআৰঅফ, এনডিআৰএফ ৷ তেজপুৰ চহৰৰ বিভিন্ন ঠাইৰ প্ৰায় 165 খন দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন কৰা হ’ব তেজপুৰ জাহাজ ঘাটত ৷ এইবাৰ প্ৰশাসনে প্ৰথমবাৰৰ বাবে 6 টা কৈ চি চি টি ভি কেমেৰাৰো সংস্থাপন কৰিছে ৷ ইতিমধ্যে নানা ৰং ধেমালিৰ মাজৰে এখন দুখনকৈ ব্ৰহ্মপুত্ৰ নদীত বিসৰ্জন কৰা হৈছে দেৱী দুৰ্গাৰ প্ৰতিমা ।

Last Updated : Oct 8, 2019, 6:45 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.