কি স্থিতিত আছে বিদেশী ন্যায়াধিকৰণ ? চৰ জমিন তদন্ত প্ৰাক্তন সাংসদ সুস্মিতা দেৱৰ

By

Published : Oct 14, 2019, 10:37 PM IST

thumbnail

শিলচৰৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱৰ চৰ জমিন তদন্তত পোহৰলৈ আহিছে বিদেশী ন্যায়াধিকৰণৰ প্ৰকৃত ছবি ৷ উল্লেখ্য যে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত বাদ পৰিছিল প্ৰায় 19 লাখতকৈ অধিক লোকৰ নাম ৷ সেই অনুসৰি, প্ৰায় 15 লাখ 6 হাজাৰ 657 জন লোকে নাম অন্তৰ্ভুক্তিৰ বাবে জনাইছিল আৱেদন ৷ ইয়াৰ বিপৰীতে নাম অন্তৰ্ভুক্তিৰ বাবে আৱেদন নজনালে প্ৰায় 4 লক্ষ্যাধিক লোকে ৷ বৰ্তমান অসমত আছে 100 টা বিদেশী ন্যায়াধিকৰণ ৷ পৰৱৰ্তী সময়ত খোলা হ’ব 200 টা বিদেশী ন্যায়াধিকৰণ ৷ গতিকে 120 দিনত প্ৰতি দিনে বিচাৰ কৰিব লাগিব প্ৰায় 40 টাকৈ গোচৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.