দিলীপ পাল বিজেপিৰ বাবে ফেক্টৰ নহয়:শিলাদিত্য দেৱ

By

Published : Mar 25, 2021, 2:05 PM IST

thumbnail

মঙলবাৰে শিলচৰৰ এক দলীয় সভাত অংশ লয় হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱ ৷ হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ মতে শিলচৰৰ নিৰ্দলীয় প্ৰাৰ্থী দিলীপ পাল বিজেপিৰ বাবে ফেক্টৰ নহয় ৷ শিলচৰত এইবাৰ বিজেপিৰে শাসন চলিব বুলি মন্তব্য কৰে বিধায়ক শিলাদিত্য দেৱে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.