সৰুপথাৰত গৰুখুটি কাণ্ডক লৈ আমছুৰ প্ৰতিবাদ

By

Published : Sep 24, 2021, 8:34 PM IST

thumbnail

শুকুৰবাৰে ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনৰ লগতে সংখ্যালঘু ছাত্ৰ সন্থাৰ সৰুপথাৰ শাখাই এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয় । তেওঁলোকে ছিপাঝাৰ কাণ্ডক সম্পূৰ্ণ অমানৱীয় কাণ্ড বুলি আখ্যা দিয়ে । তাৰ সমান্তৰালভাৱে সৰুপথাৰৰ নগৰৰ মাজ মজিয়াত ধনশিৰি আমছুৱে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী গ্ৰহণ কৰে যদিও প্ৰতিকৃতি দাহ কৰাত সৰুপথাৰ আৰক্ষীয়ে বাধা প্ৰদান কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.