ৰঙিয়াৰ দহৰা বাঘবাৰীত ধৰ্ষণৰ অপচেষ্টা এগৰাকী শিক্ষয়ত্ৰীক

By

Published : Sep 25, 2021, 8:50 PM IST

thumbnail

ৰঙিয়াৰ দহৰা বাঘবাৰীত ধৰ্ষণৰ অপচেষ্টা এগৰাকী শিক্ষয়ত্ৰীক । ঘৰৰ পৰা কৰ্মসূত্ৰে ৰঙিয়া নগৰত থকা ব্যক্তিগত বিদ্যালয়লৈ আহি থকা অৱস্থাত সংঘটিত হয় এই ঘটনা । শিক্ষয়ত্ৰীগৰাকীয়ে আতংকিত হৈ চিঞৰ বাখৰ কৰাত স্থানীয় লোকসকল উপস্থিত হয় লোকজনক আটক কৰি উত্তম মাধ্যম সোধাই । ৰাইজে পাচত লোকজনক ৰঙিয়া থানাৰ আৰক্ষীক গতাই দিয়ে ৷ ইফালে, অভিযুক্ত লোকজন এগৰাকী মানসিক ৰোগী বুলি লোকজনৰ পৰিয়ালে মত ব্যক্ত কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.