পাটাছাৰকুছি সমষ্টিত ৰণজিৎ দাসৰ জয় লাভ

By

Published : May 2, 2021, 11:00 PM IST

thumbnail

পাটাছাৰকুছি সমষ্টিত ৰণজিৎ দাসৰ জয় লাভ ৷ বিজয়ৰ পাছতে ফটকা ফুটাই ফুৰ্তি নকৰি পাঠশালাত চার্জিকেল মাস্ক বিতৰণ কৰাৰ লগতে পাটাছাৰকুছি ৰাইজক ধন্যবাদ দি বিশেষভাৱে শলাগিলে ৰাইজক ৷ লগতে ৰণজিৎ দাসে কৰ’ণা ভাইৰাছৰ প্ৰসংগত কয় যে কৰ'ণা ভাইৰাছক পৰাজয় কৰিলেহে মানৱ জাতিৰ বিজয় সাব্যস্ত হ’ব । আগন্তুক চৰকাৰ হ’বলগীয়া মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত কেতবোৰ মন্তব্য আগবঢ়াই কয় যে পাৰ্লিয়ামেণ্ট ব’ৰ্ডৰ আধাৰত মুখ্যমন্ত্ৰী নিৰ্বাচন কৰা হ’ব ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.