ভূ-মাফিয়াৰ কৱলত কৰিমগঞ্জৰ পাঁচগ্ৰামৰ প্ৰায় এশ বিঘা ভূমি

By

Published : Oct 9, 2021, 12:48 PM IST

Updated : Oct 9, 2021, 2:53 PM IST

thumbnail

এইবাৰ ভূ-মাফিয়াৰ কৱলত পৰিছে কৰিমগঞ্জৰ চনবিল অঞ্চলৰ পাঁচগ্ৰামৰ প্ৰায় এশ বিঘা ভূমি । অস্তিত্বৰ সংকটত পৰিছে পাঁচগ্ৰামৰ এই বৃহৎ অঞ্চল ৷ যাক লৈ এতিয়া শংকিত হৈ পৰিছে কৰিমগঞ্জবাসী ৷ আনকি এইবাৰ ভূ-মাফিয়াৰ বিৰুদ্ধে হাতে হাতে প্লে’-কাৰ্ড, বেনাৰ লৈ কৰিমগঞ্জবাসী ৰাইজে শুকুৰবাৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ ইফালে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰো হস্তক্ষেপ বিচাৰিছে প্ৰতিবাদকাৰী ৰাইজে ৷

Last Updated : Oct 9, 2021, 2:53 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.