ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদখন পুনৰ বিজেপিৰ দখললৈকে আহিব :বিধায়ক প্ৰশান্ত ফুকন

By

Published : Jan 3, 2022, 4:04 PM IST

thumbnail

ৰাজ্যত আৰম্ভ হৈছে ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ কুচকাৱাজ(Preparation for Thengal Kachari autonomous council election) ৷ শাসক দল বিজেপিৰ লগতে অগপ আৰু কংগ্ৰেছ দলৰ মাজত তৎপৰতা বৃদ্ধি পাইছে নিৰ্বাচনক লৈ ৷ চলিত বৰ্ষৰ 20 জানুৱাৰীত অনুষ্ঠিত হ'ব ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন ৷ জানিব পৰা মতে 22 টা সমষ্টিৰ পৰিষদখনৰ নিৰ্বাচনত বিজেপি দলে 17 টা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ লগতে মিত্ৰজোঁটৰ অগপ দলক পাঁচটা সমষ্টি এৰি দিছে । দেওবাৰে ডিব্ৰুগড়ত উপস্থিত হৈ বিধায়ক প্ৰশান্ত ফুকনে ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদখন পুনৰ বিজেপিৰ দখললৈকে আহিব বুলি মন্তব্য কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.