Ek Saran Nam Dharma : বাৰপূজীয়াত এক শৰণ নাম ধৰ্ম অধিৱেশনৰ লাইখুঁটা স্থাপন

By

Published : Dec 29, 2021, 6:02 PM IST

thumbnail

২০২২ চনৰ ১৮, ১৯ আৰু ২০ ফেব্ৰুৱাৰীত ৰহাৰ বাৰপূজীয়াত অনুষ্ঠিত হ’ব এক শৰণ নামধৰ্ম সমাজৰ ৩২ সংখ্যক মহাপালনাম আৰু ষষ্ঠ দ্বি-বাৰ্ষিক অধিৱেশন । এক শৰণ নামধৰ্ম সমাজৰ ৩২ সংখ্যক মহাপালনাম আৰু ষষ্ঠ দ্বি-বাৰ্ষিক অধিৱেশন ৰহাৰ বাৰপূজীয়াৰ বৰুৱাখাট বালিসিৰা ক্ষেত্ৰত (Preparation for 32nd Annual Session of Ek Saran Nam Dharma at Barapujia) আগন্তুক ফেব্ৰুৱাৰী মাহত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব । যাৰ বাবে বুধবাৰে অধিৱেশনখনিৰ বালিসিৰা ক্ষেত্ৰত লাইখুঁটা স্থাপন কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী (Morigaon MLA Ramakanta Deuri)য়ে । পুৱা গায়ন-বায়নৰ বাদ্যধ্বনি, আয়তীৰ উৰুলিৰে লাইখুঁটা স্থাপন কৰে বিধায়ক দেউৰীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.