বিজেপিৰ ফালে ঢাল খাব নেকি বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ?

By

Published : Nov 10, 2021, 9:58 PM IST

thumbnail

হাগ্ৰামা মহিলাৰীৰ সৈতে বিজেপিৰ মিত্ৰতা হোৱাৰ সম্ভাৱনাৰ ওপৰত জ্ঞাত নহয় বিটিআৰ প্ৰধান প্ৰমোদ বড়ো । যদিহে বিজেপিৰ সৈতে বিপিএফৰ মিত্ৰতা হয় তেন্তে তাৰ ওপৰত আলোচনা কৰিব বিটিআৰ প্ৰধান প্ৰমোদ বড়োয়ে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিটিআৰ প্ৰধানগৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.