ৰূপজ্যোতি কুৰ্মীক নগাই আক্ৰমণ কৰাটো দুৰ্ভাগ্যজনক: প্ৰদ্যুৎ বৰদলৈ

By

Published : May 29, 2021, 10:47 PM IST

thumbnail

হোজাই জিলাৰ লংকাত শনিবাৰে উপস্থিত হয় নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ৷ সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত বিধায়ক ৰূপজ্যোতি কুৰ্মীক নগাই আক্ৰমণ কৰাটো দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে সাংসদগৰাকীয়ে । তদুপৰি অসম চৰকাৰে এই বিষয়টো গুৰুত্ব সহকাৰে লৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী জনাই সাংসদ গৰাকীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.