থাওৰাৰ দুটাকৈ আদৰ্শ ভোটকেন্দ্ৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া

By

Published : Oct 30, 2021, 12:38 PM IST

thumbnail

উপ নিৰ্বাচন(By Election) উপলক্ষে থাওৰা বিধানসভা সমষ্টি(Thowra Constituency)ৰ আঠাবাৰী বাগান প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা হৈছে দুটাকৈ ভোটগ্ৰহণ কেন্দ্ৰ ৷ 83 নং আৰু 84 নং আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ দুটা স্থাপন কৰা হৈছে বিদ্যালয়খনত ৷ ইফালে সমষ্টিটোৰ 173 টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিব 1,15,971 গৰাকী ভোটাৰে ৷ এই সন্দৰ্ভত আঠাবাৰী বাগান প্ৰাথমিক বিদ্যালয়ৰ পৰা সাংবাদিক অনন্ত স্মিথৰ প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.