বিধায়ক পৰমাৰ আশ্বাস : অহা পাঁচ মাহত কমিব পেট্ৰ’লৰ দাম !

By

Published : Oct 13, 2021, 10:32 PM IST

thumbnail

পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিক লৈ ইতিমধ্যে বাৰে-বাংকৰা মন্তব্য দিবলৈ আৰম্ভ কৰিছে শাসকীয় দলৰ একাংশ নেতাই ৷ খোদ কেন্দ্ৰীয় ৰাজ্যিক পেট্ৰ‘লিয়াম মন্ত্ৰীয়েই ভেকচিনেচনক পেট্ৰ’লৰ মূল্যবৃদ্ধিৰ সৈতে সাঙোৰাৰ পাচত এইবাৰ পাল পৰিল পৰমানন্দ ৰাজবংশীৰ ৷ একেখন কেচেটকে বজালে ছিপাঝাৰৰ বিজেপি বিধায়কগৰাকীয়ে ৷ একেদৰে উপ-নিৰ্বাচনৰ সৰ্ন্দভতো কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা গৈছে বিধায়ক গৰাকীক ৷ বিজেপিয়ে উপ-নিৰ্বাচনত অনায়াসে জয়লাভ কৰিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে বিধায়ক পৰমানন্দ ৰাজবংশীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.