Pradip Dutta Roy issue: অসমত থাকি অসমীয়া ভাষা নচলিব বুলি কোৱা ব্যক্তিক অসমৰ পৰাই বাহিৰ কৰি দিব লাগে: পলাশ চাংমাই

By

Published : Nov 27, 2021, 9:46 PM IST

thumbnail

অসমতে থাকি অসমীয়া ভাষা নচলিব বুলি কোৱা ব্যক্তিক সমাজৰপৰা এঘৰীয়া কৰাৰ লগতে অসমৰ পৰাই বাহিৰ কৰি দিব লাগে বুলি মন্তব্য কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে (Palash Sangmai AJYCP general secretary) । বৰাকৰ বহু বিতৰ্কিত নেতা প্ৰদীপ দত্ত ৰয়ে (Pradip Dutta Roy) অসমীয়া ভাষা বিদ্বেষী মন্তব্য কৰাৰ পৰিপ্ৰেক্ষিতত এই মন্তব্য(Comments on Pradip Dutta Roy issue) কৰিছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদকগৰাকীয়ে । অসমৰ ৰাজ্যভাষা অসমীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত শদিয়াৰ পৰা ধুবুৰীলৈ বৰাক-ব্ৰহ্মপুত্ৰ দুয়োটা উপত্যকাত অসমীয়া ভাষা চলিব । তাৰ বিপৰীতে বৰাকত অসমীয়া ভাষা নচলিব বুলি কোৱাটো গ্ৰহণযোগ্য নহয় বুলি মন্তব্য পলাশ চাংমাইৰ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.