সন্ধিয়া 6 বজাৰ লগে লগেই আমগুৰিত বন্ধ হ’ল দোকান-পোহাৰ

By

Published : Apr 21, 2021, 10:26 AM IST

thumbnail

আমগুৰিত ৬ বজাৰ লগে লগে বন্ধ হৈ পৰিছে ব্যৱসায়িক প্ৰতিষ্ঠান । ক'ভিড অতিমাৰীৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰৰ পৰা ৰাজ্য চৰকাৰে যি নিৰ্দেশ জাৰী কৰিছে, সেই নিৰ্দেশ আমগুৰিত মানি চলা পৰিলক্ষিত হয় । সদাব্যস্ত আমগুৰি নগৰৰ চাৰিআলিত আমগুৰি আৰক্ষীয়ে জনসাধাৰণক সজাগ কৰা লগতে পৰিস্থিতি পৰ্যবেক্ষণ কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.