স্বাধীনতা দিৱসৰ প্ৰাকখনত এন ডি আৰ এফৰ ৰাষ্ট্রীয় অভিবাদন

By

Published : Aug 14, 2021, 8:07 PM IST

thumbnail

৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দেশৰ ডিজাষ্টাৰ ৰেচপঞ্চ ফোৰ্চ চমুকৈ এন ডি আৰ এফ (NDRF)ৰ ৰাষ্ট্ৰীয় চেল্যুট । স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ১২ নং বেটেলিয়নৰ জোৱানসকলে উদ্ধাৰ কাৰ্যত অংশগ্ৰহণ কৰাৰ কিছু দৃশ্য দেখিবলৈ পোৱা গ’ল তেজপুৰত ৷ দেশৰ দুৰ্যোগ প্ৰশমন বিভাগক কটকটীয়া কৰিবৰ বাবে এছ এছ বি (SSB)ৰ পৰা বিশেষ কামাণ্ডোৰ দল একত্ৰিত কৰি 2005 চনত গঠন কৰা হৈছিল এন ডি আৰ এফ বাহিনী (NDRF) ৷ স্থল আৰু জল পথত এই বিভাগে ৰাষ্ট্ৰক অভিবাদন জনোৱাৰ সবিশেষ লৈ ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.