জনীয়াত গৰাখহনীয়া পৰিদৰ্শন বিধায়ক প্ৰমোদ বৰঠাকুৰৰ

By

Published : Sep 20, 2021, 9:05 AM IST

thumbnail

দেওবাৰে জনীয়াৰ শওপুৰত গৰাখহনীয়া(erosion) অঞ্চল পৰিদৰ্শন কৰে বিশ্বনাথ সমষ্টিৰ বিজেপি বিধায়ক প্ৰমোদ বৰঠাকুৰে(Pramod Borthakur) । শেহতীয়াকৈ শওপুৰত বেকী নৈয়ে কালৰূপ ধাৰণ কৰি গুৱাহাটীৰ পৰা উত্তৰ শালমাৰালৈ যোৱা বিকল্প ৰাজ্যিক ঘাইপথত খহনীয়াৰ সৃষ্টি কৰিছে ৷ চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ তৰফৰ পৰা যুদ্ধকালীন তৎপৰতাৰে জিঅ’ বেগৰ ব্যৱস্থা কৰি খহনীয়া প্ৰতিৰোধৰ চেষ্টা অব্যাহত ৰখা হৈছে যদিও বহু পৰিয়ালৰ ঘৰ-দুৱাৰ নৈৰ বুকুত জাহ গৈছে । গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি কি কয় বিধায়ক প্ৰমোদ বৰঠাকুৰে, শুনক তেওঁক মুখেৰে...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.