বিপিএফৰ সৈতে কোনো মিত্ৰতা নাই বিজেপিৰ : ৰণজিৎ কুমাৰ দাস

By

Published : Oct 7, 2021, 10:31 PM IST

thumbnail

পাঠশালাত উপস্থিত হৈ ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে উদ্ধোধন কৰিলে অনন্ত ধাম ৷ উল্লেখযোগ্য যে, পাঠশালাৰ প্ৰয়াত সমাজকৰ্মী হিতেশ তালুকদাৰৰ স্মৃতিত পৰিয়ালবৰ্গই দান বৰঙনিৰে নিৰ্মাণ কৰা এই অনন্ত ধামখনিৰ উদ্ধোধন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ একেদৰে উপ-নিৰ্বাচনৰ সৰ্ন্দভতো মন্তব্য কৰে ৰণজিৎ কুমাৰ দাসে ৷ বিপিএফৰে বিজেপিৰ কোনো ধৰণৰ মিত্ৰতা হোৱা নাই বিজেপিৰ মিত্ৰতা অগপ আৰু ইউপিপিএলৰ সৈতেহে আছে বুলি কয় ৰণজিৎ কুমাৰ দাসে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.