Man elephant conflict : সোণাৰিৰ অসম নাগালেণ্ড সীমান্তত বন্যহস্তীৰ তাণ্ডৱ

By

Published : Dec 7, 2021, 6:39 PM IST

thumbnail
()

চৰাইদেউ জিলাৰ সোণাৰিৰ অসম নাগালেণ্ড সীমান্তৰ কানুবাৰী বালিজান গ্ৰাণ্টত বন্যহস্তীৰ তাণ্ডৱ(Terror of wild elephant) । পথাৰৰ ধান খোৱাৰ লগতে চাহ বাগিচাৰ বিস্তৰ ক্ষতিসাধন । বনৰীয়া হাতীৰ তাণ্ডৱত আতংকিত গঞা(Fear of wild elephant attack) । খাদ্যৰ সন্ধানত অভয়পুৰ সংৰক্ষিত বনাঞ্চল( Abhaypur Reserve Forest)ৰ পৰা নাগালেণ্ডৰ মন জিলা হৈ কাণুবাৰীত প্ৰৱেশ কৰা হাতীৰ জাকটো খেদিবলৈ ৰাইজে প্ৰয়াস কৰিও বিফল হয় ৷ বন বিভাগে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে ৰাইজে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.