উপ-নিৰ্বাচন : থাওৰাৰ অলিয়ে-গলিয়ে শিল্পী মহেন্দ্ৰ হাজৰিকা

By

Published : Oct 26, 2021, 5:30 PM IST

thumbnail

থাওৰাৰ অলিয়ে-গলিয়ে ৰাইজৰ দলৰ হৈ উপ-নিৰ্বাচনৰ প্ৰচাৰ চলোৱা দেখা গৈছে কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাক । ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰৰ হৈ প্ৰচাৰ চলাই থকাৰ সময়তে ইটিভি ভাৰতৰে হোৱা এক সাক্ষাৎকাৰত শিল্পী গৰাকীয়ে কয়, 'মানুহ ভালপাওঁ‌ বাবেই মানুহৰ মাজলৈ আহিছোঁ । কোনো ৰাজনীতিৰ মানুহ নহয় মই । অখিল গগৈক ভাল পাওঁ‌ বাবেই অলপ সহাঁ‌ৰি দিবলৈ আহিছো বুলি মন্তব্য প্ৰকাশ কৰে মহেন্দ্ৰ হাজৰিকাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.