পৰম্পৰা অনুসৰি ডক্ৰেশ্বৰ দেৱালয়তো পালন কৰা হ'ল মহাঅষ্টমী

By

Published : Oct 13, 2021, 10:38 PM IST

thumbnail

স্বৰ্গদেউ শিৱসিংহই স্থাপন কৰা বৰপেটাৰ ঐতিহাসিক ডক্ৰেশ্বৰ দেৱালয়তো পৰম্পৰা অনুসৰি মহা অষ্টমী পালন কৰা হয় ৷ এই উপলক্ষে হোম যজ্ঞ আৰু যথাবিহিত পূজা-অৰ্চনাৰ লগতে নাম প্ৰসংগ অনুষ্ঠিত হয় ৷ পৰম্পৰা অনুসৰি ডক্ৰেশ্বৰ দেৱালয়ত কলগছ, বেল আৰু ন-বিধ বিভিন্ন গছৰ ডালেৰে নিৰ্মাণ কৰা দেৱী প্ৰতিমাক পূজা-অৰ্চনা কৰা হয় ৷ আনহাতে অন্য দেৱালয়সমূহৰ দৰে ডক্ৰেশ্বৰ দেৱালয়ত বলি বিধান সম্পূৰ্ণৰূপে নিষিদ্ধ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.