Lachit Divas: টীয়কৰ ঐতিহাসিক মৈদামত উদযাপন লাচিত দিৱস

By

Published : Nov 24, 2021, 12:38 PM IST

thumbnail

অদম্য সাহস আৰু ত্যাগৰ প্ৰতীক জাতীয় বীৰ লাচিত বৰফুকনৰ আজি 399 তম জন্মজয়ন্তী (Birth Anniversary of Lachit Borphukan ৷ সেই উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ টীয়কৰ ঐতিহাসিক লাচিত মৈদামতো (Lachit Moidam) দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে লাচিত দিৱস (Lachit Divas) ৷ উল্লেখ্য যে, 1672 খ্ৰীষ্টাব্দত ৰাজধানী ৰংপুৰত আয়োজিত বিজয় উৎসৱত অংশ ল’বলৈ আহি আকস্মিক বিয়োগ ঘটিছিল বীৰজনাৰ ৷ ইয়াৰ পাচতে যোৰহাটৰ হোলোঙাপাৰৰ উক্ত স্থানত বীৰজনাৰ নশ্বৰদেহ মৈদাম দিয়া হৈছিল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.