KMSS's PressMeet : বিঘাই বিঘাই নষ্ট বিলাহীৰ খেতি; বিপাঙত কৃষক

By

Published : Nov 13, 2021, 7:47 PM IST

thumbnail

বাক্সাৰ খাৰিজা বিজনীৰ চুক্ৰুংবাৰীত কৃষকৰ হাহাকাৰ ৷ অঞ্চলটোৰ বহু কৃষকে বিঘাই বিঘাই কৰিছিল বিলাহীৰ খেতি ৷ কিন্তু লক্ষাধিক টকা খৰচ কৰি কৰা বিলাহী খেতিত নধৰিলে ফচল ৷ জানিব পৰা মতে, বৰপেটাৰোডৰ বীজ ভাণ্ডাৰৰ পৰা বীজ ক্ৰয় কৰি বিলাহী খেতি কৰিছিল অঞ্চলটোৰ কৃষকসকলে ৷ উপায়ন্তৰ হৈ পৰিছে কৃষকসকল ৷ এইলৈ শনিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটাৰোড আঞ্চলিক কমিটিয়ে কৃষকসকলৰ হকে আয়োজন কৰে এখনি এখন সংবাদমেলৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.