ৰঙিয়া বিধানসভা সমষ্টিৰ ভোটাৰৰ মনৰ কথাৰে আজিৰ জনতাৰ কন্ঠ...

By

Published : Mar 15, 2021, 2:04 PM IST

thumbnail

ইটিভি ভাৰতৰ নিৰ্বাচন বিশেষ অনুষ্ঠান "জনতাৰ কণ্ঠ" ৷ এই অনুষ্ঠানৰ জৰিয়তে আমি খবৰ ল'ম অসমৰ প্ৰতিটো সমষ্টিৰ ভোটাৰৰ ৷ বিগত 5 বছৰত সোণোৱাল চৰকাৰৰ কাৰ্যকালত ৰাইজ কিমান সন্তুষ্ট আৰু কিমান অসন্তুষ্ট,ৰাইজৰ আশা-আকাংক্ষাএই সকলোবোৰ পুংখানুপুংখভাৱে বিশ্লেষণ কৰাৰ চেষ্টা চলাম এই অনুষ্ঠানৰ দ্বাৰা ৷ 57 নং ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক হ’ল বিজেপি মিত্ৰজোঁট চৰকাৰৰ ভৱেশ কলিতা ৷ ২০১৬ৰ বিধানসভা নিৰ্বাচনত মন্ত্ৰী কলিতাই 58353 ভোট লাভ কৰি কংগ্ৰেছৰ প্ৰাৰ্থী ঘণশ্যাম কলিতাক পৰাভূত কৰিবলৈ সক্ষম হৈছিল৷ সমষ্টিটোৰ মুঠ ভোটাৰৰ সংখ্যা হ'ল 193670 ৷ চৰকাৰৰ এটা অতি গুৰুত্বপূৰ্ণ বিভাগ জলসিঞ্চন বিভাগৰ দায়িত্বত থাকি মন্ত্ৰীগৰাকীয়ে নিজ সমষ্টিৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰিলে তথা বিগত পাঁচ বছৰে সমষ্টিবাসীয়ে বিধায়কগৰাকীৰ পৰা কি পালে কি নাপালে, তাৰেই এক পৰ্যালোচনা ৷ চাওঁ আহক এই প্ৰতিবেদনত...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.