ৰহা সমষ্টিৰ ভোটাৰৰ মনৰ কথাৰে জনতাৰ কণ্ঠ

By

Published : Mar 5, 2021, 12:22 PM IST

Updated : Mar 6, 2021, 6:39 AM IST

thumbnail

নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত ৰহা বিধানসভা সমষ্টিক বিগত পাঁচ বছৰে প্ৰতিনিধিত্ব কৰি আহিছে বিজেপি বিধায়ক ডিম্বেশ্বৰ দাসে ৷ বিজেপি বিধায়ক গৰাকীৰ প্ৰতিনিধিত্ব কালত সমষ্টিটোৰ বাট-পথৰ উন্নয়ন নহ’ল ৷ বিজেপি বিধায়ক ডিম্বেশ্বৰ দাসে প্ৰতিনিধিত্ব কৰা ৰহা বিধানসভা সমষ্টিৰ এটা অঞ্চলত ১৯ বছৰেও সম্পূৰ্ণ নহ’ল এখন দলং ৷ যাৰ বাবে ছাত্ৰ-ছাত্ৰী তথা স্থানীয় ৰাইজে বাঁহৰ দলঙেৰে পাৰ হোৱাৰ বিনিময়ত দিব লাগে ধন । এইবাৰ ৰহা সমষ্টি বাসীয়ে কি কয় বিধায়ক ডিম্বেশ্বৰ দাসৰ পাঁচ বছৰীয়া কাৰ্যকাল সন্দৰ্ভত ? চাওক ইটিভি ভাৰতৰ বিশেষ অনুষ্ঠান জনতাৰ কণ্ঠ...

Last Updated : Mar 6, 2021, 6:39 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.