পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ জনতাৰ কণ্ঠ

By

Published : Mar 17, 2021, 8:28 PM IST

thumbnail

অসম গণ পৰিষদৰ দুৰ্গ হিচাপে পৰিগণিত অসমৰ অন্যতম বিধানসভা সমষ্টি 54 নং পশ্চিম গুৱাহাটী বিধানসভা সমষ্টি ৷ 1967 চনত স্বীকৃতি পোৱা সমষ্টিটোৰ প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ গোবিন্দ কলিতা ৷ পৰৱৰ্তী সময়ত 4 বাৰকৈ কংগ্ৰেছ আৰু বিগত 25 বছৰ ধৰি সমষ্টিটো দখল কৰিছিল অসম গণ পৰিষদৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ৷ 2016 চনত সমষ্টিটোৰ 2 লাখ 53 হাজাৰ 557 গৰাকী ভোটাৰৰ ভিতৰত 1 লাখ 32 হেজাৰ 184 টা অভিলেখ সংখ্যক ভোটেৰে বিধানসভাৰ চকী দখল কৰা বিধায়কগৰাকীয়ে বিগত বৰ্ষত কৰা কামৰ খতিয়ান ল'বলৈ সমষ্টিটোৰ সাধাৰণ জনতাৰ সৈতে ইটিভি ভাৰতৰ নিৰ্বাচনকেন্দ্ৰিক অনুষ্ঠান জনতাৰ কণ্ঠ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.