Sex racket in Kalgachia : কলগাছিয়াৰ হোটেলত নাৰী দেহ ব্যৱসায় চলাৰ অভিযোগ ৰাইজৰ

🎬 Watch Now: Feature Video

thumbnail
কলগাছিয়াৰ হোটেলত নাৰী দেহ ব্যৱসায় চলাৰ অভিযোগ ৰাইজৰ (undefined)

By

Published : November 26, 2021 at 5:13 PM IST

Choose ETV Bharat
বৰপেটা জিলাৰ কলগাছিয়া সৰিয়াতপুৰত থকা এখন হোটেলত নাৰী দেহ ব্যৱসায় চলাৰ অভিযোগ একাংশ ৰাইজৰ(Illegal Sex racket in Kalgachia) । বৃহস্পতিবাৰে হোটেলখনলৈ অহা দুজন যুৱক আৰু হোটেলখনত কাম কৰা এগৰাকী যুৱতীক সোধা-পোছাৰ বাবে থানালৈ লৈ যায় আৰক্ষীয়ে । আনহাতে, হোটেলখনত নাৰী দেহ ব্যৱসায় চলাৰ অভিযোগ নস্যাৎ কৰিছে মালিক পক্ষই । জানিব পৰা মতে, কলগাছিয়া সৰিয়াতপুৰত থকা ৰয়েল ৰেষ্টুৰেণ্ট নামৰ এই ভাতৰ হোটেলখনত সন্ধিয়া হ'লে নাৰী দেহৰ ব্যৱসায় চলাৰ অভিযোগ(Sex racket Allegedly running in Kalgachia) তুলি আহিছে একাংশ লোক আৰু স্থানীয় সংগঠনে । আনহাতে, হোটেলখনত কোনো ধৰণৰ অনৈতিক কাৰ্যকলাপ সংঘটিত নহয় আৰু ৰাইজৰ অভিযোগ সম্পূৰ্ণ মিছা বুলি মন্তব্য কৰে মালিক পক্ষই । তেওঁলোকৰ মতে, এয়া মাথোঁ এক ষড়যন্ত্ৰ । আৰক্ষীৰ তদন্ততহে প্ৰকৃত সত্য পোহৰলৈ আহিব ।