উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবীত গ্ৰামীণ শ্ৰমিক সন্থাৰ প্ৰতিবাদ

By

Published : Jun 13, 2021, 9:51 AM IST

thumbnail

উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবীত গ্ৰামীণ শ্ৰমিক সন্থাই ৰাজ্যজুৰি অব্যাহত ৰাখিছে প্ৰতিবাদ দিৱস । বিজেপিয়ে দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ আহি ঠায়ে ঠায়ে বৰ্বৰভাবে উচ্ছেদ কৰা বুলি অভিযোগ উত্থাপন কৰে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ নেতৃত্বই ৷ শনিবাৰে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ অসম ৰাজ্য সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে শুভ্ৰজ্যোতি বৰ্ধন আৰু অৰূপ কুমাৰ মহন্তই এক প্ৰেছ বিবৃতিযোগে চৰকাৰে উচ্ছেদ কাৰ্যৰ জৰিয়তে সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতি চলোৱাৰ অভিযোগ উত্থাপন কৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.