Leopard attack in Mariyani: মৰিয়নীত নাহৰফুটুকীৰ আক্ৰমণত যুৱতী আহত

By

Published : Feb 8, 2022, 8:51 PM IST

thumbnail

মৰিয়নীত পুনৰ নাহৰফুটুকী বাঘৰ উপদ্ৰপ ৷ মৰিয়নী কাটনিবাৰী চাহ বাগিচাত নাহৰফুটুকীৰ আক্ৰমণত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত যুৱতী (Leopard attack in Mariyani) কাটনীবাৰি চাহ বাগিচাৰ ১২ নং বাগানত খৰি আনিবলৈ যাওঁতে হোলোংৰাপাৰ গিবন অভয়াৰণ্যৰ পৰা খাদ্য সন্ধানত ওলাই অহা নাহৰফুটুকী বাঘে আক্ৰমণ কৰে যুৱতীগৰাকীক ৷ বাঘৰ আক্ৰমণত মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যুৱতীগৰাকী ৷ যুৱতীগৰাকীক ইতিমধ্যে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.