Eviction of Sivasagar Municipality: পদপথ দখল কৰা ব্যৱসায়ীক প্ৰতিষ্ঠানত শিৱসাগৰ পৌৰসভাৰ উচ্ছেদ

By

Published : Dec 3, 2021, 7:49 PM IST

thumbnail

শিৱসাগৰ নগৰৰ মাজমজিয়াত উচ্ছেদ অভিযান চলালে শিৱসাগৰ পৌৰসভাই(Eviction Drive of Sivasagar Municipality) । এই উচ্ছেদ অভিযান চলোৱা হয় শিৱসাগৰ পৌৰ এলেকাৰ অন্তৰ্গত পদপথ দখল কৰি ব্যৱসায় চলাই অহা একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৷ বহুবাৰ জাননী প্ৰেৰণ কৰাৰ পাছতো একাংশ ব্যৱসায়ীয়ে কোনো গুৰুত্ব প্ৰদাণ নকৰাৰ অভিযোগ উত্থাপন কৰি উচ্ছেদ অভিযান চলোৱা কথা সদৰী কৰিছে শিৱসাগৰ পৌৰ কৰ্তৃপক্ষই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.