কৰ্মচাৰী অবিহনে পৰিচালিত হৈছে হোজাই মহকুমা মীন উন্নয়ন বিষয়া কাৰ্যালয়

By

Published : Dec 7, 2021, 10:51 PM IST

thumbnail

হোজাই জিলাৰ মহকুমা মীন উন্নয়ন বিষয়া কাৰ্যালয়ত দিনৰ ১২ বজা পৰ্যন্ত উপস্থিত নাথাকে এগৰাকীও কৰ্মচাৰী(Government employees being irregular on duty)। মীন বিভাগৰ কৰ্মচাৰীক লগ ধৰিবৰ বাবে কাৰ্যালয়টোলৈ গৈ ঘূৰি আহিবলগীয়া হয় বহু লোক ৷ হোজাইৰ সদৰ শংকৰদেৱ নগৰৰ উপায়ুক্ত কাৰ্যালয়ৰ পৰা প্ৰায় ৫০০ মিটাৰ নিলগৰ জোৰাপুখুৰীত অৱস্থিত এই কাৰ্যালয়টো ৷ ইতিমধ্যে এই কথা জিলা উপায়ুক্তকো অৱগত কৰা হৈছে বুলি জানিবলৈ দিলে একাংশ লোকে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.