বিশ্বনাথতো ৰাইজৰ মাজত দুৰ্গোৎসৱৰ উছাহ

By

Published : Oct 12, 2021, 9:53 PM IST

thumbnail

মঙলবাৰে, মহাসপ্তমী উপলক্ষে ৰাজ্যৰ আন আন ঠাইৰ লগতে বিশ্বনাথ চাৰিআলিটো পৰিলক্ষিত হয় উখল মাখল পৰিবেশ । ক’ভিড-১৯ ৰ ভয়াৱহতাৰ মাজতে এইবাৰ বিশ্বনাথ চাৰিআলিত মুঠ 46 খন পূজা সমিতিয়ে আয়োজন কৰিছে পূজা । ইয়াৰে অন্যতম এখন দুর্গা পূজা সমিতি কালীবাৰী দূর্গা পূজা সমিতি । সম্পূৰ্ণ ক’ভিড নীতি নিয়মৰ মাজত পূজা উদযাপন কৰিছে বিশ্বনাথ চাৰিআলি কলেজ ৰোডৰ কালীবাৰী পূজা মণ্ডপৰ উদযাপন সমিতিয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.