বঙাইগাঁৱত ড্ৰাহছসহ দুজন সৰবৰাহকাৰীক আটক

By

Published : Jun 23, 2021, 7:23 AM IST

thumbnail

এক গোপন সুত্ৰৰ পম খেদি মঙলবাৰে বঙাইগাঁও জিলা (Bongaigaon)ৰ বৰপাৰাত ড্ৰাগছ (Drugs)ৰ বিৰুদ্ধে আৰক্ষীয়ে এক অভিযান চলায় ৷ আৰক্ষীৰ অভিযানত ড্ৰাহছসহ দুজন সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটা ক্ৰমে বিকাশ ৰায় আৰু সুব্ৰত শৰ্মা ৷ দীৰ্ঘদিন ধৰি সৰবৰাহকাৰী কেইটাই বঙাইগাঁৱত চলাই গৈছিল ড্ৰাগছৰ বেহা ৷ দুয়োজনৰে পৰা 27 টা সন্দেহযুক্ত ড্ৰাগছৰ কন্টেনাৰ জব্দ (Seized) কৰে আৰক্ষীয়ে ৷ অধিক তথ্যৰ বাবে সম্প্ৰতি দুয়োজনকে বঙাইগাঁও সদৰ থানাত সোধপোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.