নামতোলাত ড্ৰাগছসহ এটা সৰবৰাহকাৰী আটক

By

Published : Oct 6, 2021, 2:23 PM IST

thumbnail

চৰাইদেউ জিলাৰ সোণাৰিৰ অসম-নাগালেণ্ড সীমান্তৰ নামতোলাত বুজন পৰিমাণৰ ড্ৰাগছ(Drugs) জব্দ । নামতোলা আৰক্ষী(Namtola Police)ৰ অভিযানত জব্দ হয় ড্ৰাগছখিনি । ড্ৰাগছ সৰবৰাহত জড়িত ৰমেন বৰগোহাঁই নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোকো আটক কৰে আৰক্ষীয়ে । অধিক তথ্যৰ বাবে ইতিমধ্যে সোধ-পোচ আৰম্ভ কৰিছে নামতোলা আৰক্ষীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.