মহাষষ্ঠী সম্পন্ন : ৰঙিয়াৰ বাৰোৱাৰী শ্ৰীশ্ৰীদুৰ্গা পূজাত ভক্তৰ সমাগম

By

Published : Oct 12, 2021, 7:08 AM IST

thumbnail

ৰঙিয়া মহকুমাৰ বাৰোৱাৰী শ্ৰীশ্ৰীদুৰ্গা পূজা(Durga Puja)ত ভক্তৰ সমাগম ৷ মহাষষ্ঠীৰ দিনা সহস্ৰাধিক ভক্তই ভিৰ কৰিলেহি পূজা মণ্ডপসমূহত ৷ সম্পূৰ্ণৰূপে ক’ভিড প্ৰট’কল(Covid Protocol) মানি ভক্তপ্ৰাণ ৰাইজে দেৱীৰ আশীষ লয় ৷ পূজা কমিটিসমূহৰ বাদেও পূজাথলীত স্থাপন কৰা অস্থায়ী দোকানসমূহেও ক’ভিড নীতি মানি সামগ্ৰী বিক্ৰী কৰা পৰিলক্ষিত হৈছে ৷ চাওক বাৰোৱাৰী দুৰ্গা পূজাৰ পৰা সংবাদদাতা বন্দনা শৰ্মাই দেখুওৱা সামগ্ৰিক পৰিৱেশ...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.