গোলাঘাটত বিদ্যুৎস্পৃষ্ট হৈ মাইকী হাতীৰ মৃত্যু

By

Published : Oct 24, 2021, 1:28 PM IST

thumbnail

গোলাঘাটৰ মৰঙী ধলাখাট গাঁৱৰ পথাৰৰ মাজত 11 KV লাইনত বিদ্যুৎস্পৃষ্ট হৈ এজনী প্ৰাপ্তবয়স্ক মাইকী হাতীৰ মৃত্যু । ধাননি পথাৰত ধান খাই পুৱা উভতি যাওতেই সংঘটিত হয় এই কৰুণ ঘটনা । নিতৌ খাদ্যৰ সন্ধানত পথাৰখনৰ মাজত বিচৰণ কৰি আছিল প্ৰায় এশজনীয়া এটা বৃহৎ বন্যহস্তীৰ জাকে । মাইকী হাতীজনীৰ মৃত্যুৰ পাচতে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে । বৰ্তমানেও হাতীৰ বৃহৎ জাকটোৱে গাঁৱখনৰ সমীপৰ এখন চাহ বাগিচাত বিচৰণ কৰি থকা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷ চাওক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.